The Vision of Śiva· 1.11 / 49

The Vision of Śiva1.11

1.11
कुत्सितेऽकुत्सितस्य स्यात्कथमुन्मुखतेति चेत् ॥११॥
kutsite'kutsitasya syātkathamunmukhateti cet
— কুৎসিত (নিন্দনীয়) বস্তুত ; — অকুৎসিত (নিন্দা-অযোগ্য, শিৱ)ৰ ; — হ’ব পাৰে ; — কেনেকৈ ; — উন্মুখতা, অভিমুখ হোৱা ; — ইতি — এনে ; — চেৎ — যদি (আপত্তি কৰে)

'কুৎসিত (নিন্দনীয়) কামত অকুৎসিত (শিৱ)ৰ উন্মুখতা কেনেকৈ হ’ব পাৰে?' — যদি এনে আপত্তি উঠে,