तदारूढप्रमितेस्तत्क्षयाज्जीवसङ्क्षयः ॥४१॥
tad-ārūḍha-pramites tat-kṣayāj jīva-saṅkṣayaḥ
sūtra
সেই (আত্ম)ত আৰূঢ় হোৱা জ্ঞানীৰ সেই (অভিলাষ)ৰ ক্ষয়ৰ দ্বাৰা (সীমিত) জীৱ-ভাৱৰ সংক্ষয় (বিনাশ) হয়।