तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात् ॥३२॥
tat-pravṛttāv apy anirāsaḥ saṃvettṛ-bhāvāt
sūtra
সেই (সৃষ্টি-সংহাৰ) প্ৰৱৃত্ত হ’লেও (তেওঁৰ স্বৰূপৰ) নিৰাস নহয়, কাৰণ তেওঁ সংবেত্তা (শুদ্ধ জ্ঞাতা)।