तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात् सदा सर्वसर्गसंहारकारिनिजसंविद्देवताचक्रेश्वरताप्राप्तिर्भवतीति शिवम् ॥२०॥
tadā prakāśānanda-sāra-mahā-mantra-vīryātmaka-pūrṇāhantā-veśāt sadā sarva-sarga-saṃhāra-kāri-nija-saṃvid-devatā-cakreśvaratā-prāptir bhavatīti śivam
sūtra
তেতিয়া প্ৰকাশ আৰু আনন্দ যাৰ সাৰ, মহামন্ত্ৰৰ বীৰ্য যাৰ আত্মা, এনে পূৰ্ণ-অহন্তাত আৱেশৰ দ্বাৰাই সদায় সকলো সৃষ্টি-সংহাৰ কৰোঁতা নিজ সংবিৎ-দেৱতা চক্ৰৰ ঈশ্বৰত্বৰ প্ৰাপ্তি হয়। এইদৰে শিৱম্ (মঙ্গলময়)।