यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥
८-२३ ॥
yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ |
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ||
8-23 ||
হে ভৰতৰ্ষভ, যি কালত প্ৰয়াণ কৰি যোগীসকলে অনাৱৃত্তি (অপুনৰাবৃত্তি) আৰু আৱৃত্তি (পুনৰাগমন) প্ৰাপ্ত হয়, সেই কাল মই ক’ম।