उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥
६-५ ॥
uddharedātmanātmānaṃ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||
6-5 ||
আত্মাৰ দ্বাৰা আত্মাক উদ্ধাৰ কৰক, আত্মাক অৱসন্ন (অৱনত) নকৰক; কাৰণ আত্মাই আত্মাৰ বন্ধু, আৰু আত্মাই আত্মাৰ শত্ৰু।