अयतः श्रद्धयोपेतो योगाच्चलितमानसः ।
लिप्समानः सतां मार्गं प्रमूढो ब्रह्मणः पथि ॥
६-३८ ॥
ayataḥ śraddhayopeto yogāccalitamānasaḥ |
lipsamānaḥ satāṃ mārgaṃ pramūḍho brahmaṇaḥ pathi ||
6-38 ||
শ্ৰদ্ধাযুক্ত হ’লেও অসংযত, যোগৰ পৰা বিচলিতচিত্ত, সাধুৰ পথ বিচাৰিও ব্ৰহ্মপথত বিভ্ৰান্ত —