नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥
३-८ ॥
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||
3-8 ||
তুমি নিয়ত (বিহিত) কৰ্ম কৰা, কাৰণ অকৰ্মতকৈ কৰ্ম শ্ৰেষ্ঠ; অকৰ্মৰ দ্বাৰা তোমাৰ শৰীৰযাত্ৰাও সিদ্ধ নহ’ব।