ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ! ॥
३-१ ॥
jyāyasī cetkarmaṇaste matā buddhirjanārdana |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ! ||
3-1 ||
যদি হে জনাৰ্দন, তুমি কৰ্মতকৈ বুদ্ধিক শ্ৰেষ্ঠ বুলি মানা, তেন্তে হে কেশৱ, কিয় মোক এই ঘোৰ কৰ্মত নিয়োজিত কৰিছা?