एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥
२-७४ ॥
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati ||
2-74 ||
হে পাৰ্থ, এয়াই ব্ৰাহ্মী স্থিতি; ইয়াক প্ৰাপ্ত কৰি (মানুহ) আৰু মোহগ্ৰস্ত নহয়; অন্তকালতো ইয়াত স্থিত হৈ ব্ৰহ্মনিৰ্বাণ প্ৰাপ্ত হয়।