विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥
२-७३ ॥
vihāya kāmānyaḥ sarvānpumāṃścarati nispṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||
2-73 ||
যি পুৰুষে সকলো কামনা ত্যাগ কৰি নিস্পৃহ, নিৰ্মম আৰু নিৰহংকাৰ হৈ বিচৰণ কৰে, তেওঁ শান্তি লাভ কৰে।