रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥
२-६६ ॥
rāgadveṣavimuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidheyātmā prasādamadhigacchati ||
2-66 ||
কিন্তু ৰাগ-দ্বেষৰ পৰা মুক্ত আৰু আত্মবশ ইন্দ্ৰিয়েৰে বিষয়সমূহৰ মাজত বিচৰণ কৰা বিধেয়াত্মা (সংযতচিত্ত) ব্যক্তিয়ে প্ৰসাদ (প্ৰশান্তি) লাভ কৰে।