प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
२-५७ ॥
prajahāti yadā kāmānsarvānpārtha manogatān |
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||
2-57 ||
হে পাৰ্থ, যেতিয়া মানুহে মনত থকা সকলো কামনা সম্পূৰ্ণৰূপে ত্যাগ কৰে, আৰু আত্মাত আত্মাৰ দ্বাৰাই সন্তুষ্ট থাকে, তেতিয়া তেওঁক স্থিতপ্ৰজ্ঞ বোলা হয়।