स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थिरधीः किं प्रभाषेत किमासीत व्रजेच्च किम् ॥
२-५६ ॥
sthitaprajñasya kā bhāṣā samādhisthasya keśava |
sthiradhīḥ kiṃ prabhāṣeta kimāsīta vrajecca kim ||
2-56 ||
হে কেশৱ, সমাধিত স্থিত স্থিতপ্ৰজ্ঞৰ লক্ষণ কি? স্থিৰবুদ্ধি ব্যক্তিয়ে কেনেকৈ কথা কয়, কেনেকৈ বহে আৰু কেনেকৈ ফুৰে?