यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥
२-४७ ॥
yāvānartha udapāne sarvataḥ samplutodake |
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ||
2-47 ||
চাৰিওফালে জলপ্লাবিত হ'লে নাদৰ (কুঁৱাৰ) যিমান প্ৰয়োজন থাকে, প্ৰকৃত জ্ঞানী ব্ৰাহ্মণৰ বাবে সকলো বেদত সিমানেই (প্ৰয়োজন থাকে)।