कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥
१४-२१ ॥
kairliṅgaistrīnguṇānetānatīto bhavati prabho |
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate ||
14-21 ||
হে প্ৰভু, এই তিনি গুণ অতিক্ৰম কৰা ব্যক্তি কি কি চিহ্নেৰে চিনা যায়? তেওঁৰ আচৰণ কেনে, আৰু তেওঁ কেনেকৈ এই তিনি গুণ অতিক্ৰম কৰে?