Bhagavad Gītā (Kashmirian recension)· 14.22 / 27

Bhagavad Gītā (Kashmirian recension)14.22

14.22
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ १४-२२ ॥
prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava | na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati || 14-22 ||
— প্ৰকাশ আৰু প্ৰৱৃত্তি ; — আৰু মোহ, হে পাণ্ডৱ ; — উপস্থিত হ’লে তেওঁ ঘৃণা নকৰে ; — আৰু নাইকিয়া হ’লে আকাঙ্ক্ষাও নকৰে

হে পাণ্ডৱ, প্ৰকাশ, প্ৰৱৃত্তি আৰু মোহ — এইবোৰ উপস্থিত হ’লে তেওঁ ঘৃণা নকৰে, আৰু নাইকিয়া হ’লে আকাঙ্ক্ষাও নকৰে।