कस्माच्चैते न नमेयुर्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥
११-३८ ॥
kasmāccaite na nameyurmahātman garīyase brahmaṇo'pyādikartre |
ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat ||
11-38 ||
হে মহাত্মা, ব্ৰহ্মাৰো আদিকৰ্তা, তাতকৈ গৰীয়ান আপোনাক এওঁলোকে কিয় প্ৰণাম নকৰিব? হে অনন্ত, হে দেৱেশ, হে জগন্নিৱাস, আপুনি অক্ষৰ, সৎ-অসৎ আৰু তাৰো অতীত।