दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समुपस्थितान् ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥
१-२९ ॥
dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamupasthitān |
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati ||
1-29 ||
হে কৃষ্ণ, যুদ্ধৰ বাবে উপস্থিত হোৱা এই স্বজনসকলক দেখি মোৰ শৰীৰ অৱসন্ন হৈ গৈছে আৰু মুখ শুকাই গৈছে;