तत्र रुद्रस्य तदवसितौ शिवत्वगतिः रुद्रस्य उक्ताधिकारावधिः ब्रह्माण्डधारकाणां तत् दिनं शतरुद्राणां निशा तावती तेषाम् अपि च शतम् आयुः
Transliteration (IAST)
tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ
তাত ৰুদ্ৰৰ সেয়া সমাপ্ত হোৱাত শিৱত্ব-গতি; এয়া ৰুদ্ৰৰ উক্ত অধিকাৰৰ অৱধি। ব্ৰহ্মাণ্ড-ধাৰক শতৰুদ্ৰসকলৰ সেয়া এক দিন, সিমানেই ৰাতি; তেওঁলোকৰো এশ (বছৰ) আয়ুস।