न अतिरहस्यम् एकत्र ख्याप्यं न च सर्वथा गोप्यम् इति हि अस्मद्गुरवः
Transliteration (IAST)
na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ
'অতি-ৰহস্য এঠাইতে প্ৰকাশযোগ্য নহয়, আৰু সৰ্বথা গোপনীয়ও নহয়' — এইদৰে আমাৰ গুৰুসকলে (কৈছে)।