एवम् अनुग्रहनिमित्तं शक्तिपातो निरपेक्ष एव कर्मादिनियत्यपेक्षणात्
Transliteration (IAST)
evam anugrahanimittaṃ śaktipāto nirapekṣa eva karmādiniyatyapekṣaṇāt
এইদৰে অনুগ্ৰহ-নিমিত্ত শক্তিপাত নিৰপেক্ষেই, কিয়নো (কেৱল তিৰোভাৱেহে) কৰ্ম আদিৰ নিয়মৰ অপেক্ষা ৰাখে।