व्यापकत्वे शत्रुदेहं स्वं भ्रमन्तं विचिन्तयेत् ।
विद्रुतं करभारूढं विश्वमुचाटितं भवेत् ॥७३॥
vyāpakatve śatrudehaṃ svaṃ bhramantaṃ vicintayet |
vidrutaṃ karabhārūḍhaṃ viśvamucāṭitaṃ bhavet
ব্যাপকত্বত, শত্ৰুৰ দেহক নিজৰ বুলি, ঘূৰি ফুৰা, পলাই যোৱা, উটত আৰোহিত (অৱস্থাত) চিন্তা কৰিব লাগে; (তাতে তাৰ) সমগ্ৰ (সত্তা) উচাটিত (বিতাড়িত) হ’ব (— উচ্চাটনৰ ক্ৰিয়া)।