वह्निर्ज्ञातोऽथवाज्ञातः प्रकाशं जनयेन्न किम् ।
अज्ञातं न सुवर्णं किं तदा किमुपलं भवेत् ॥२॥
vahnirjñāto'thavājñātaḥ prakāśaṃ janayenna kim |
ajñātaṃ na suvarṇaṃ kiṃ tadā kimupalaṃ bhavet
অগ্নি, জ্ঞাত হওক বা অজ্ঞাত, প্ৰকাশ (একেদৰে) জন্ম নিদিয়ে নে? আৰু অজ্ঞাত সোণ সোণ নহয় নে? সি তেতিয়া (অপ্ৰত্যভিজ্ঞাত হোৱাৰ বাবে) নিছক এটা শিল হৈ পৰিব নেকি?