शब्दादेर्ग्रहणं नास्ति पूर्वापरसहोदितैः ॥६४॥
śabdādergrahaṇaṃ nāsti pūrvāparasahoditaiḥ
(অন্যথা) আগ-পাছ-একেলগে উদিত (ধ্বনিবোৰৰ) দ্বাৰা (এক) শব্দ আদিৰ গ্ৰহণ থাকিব নোৱাৰে (কেৱল চেতনাৰ একীকৰণ শক্তিয়েই ক্ৰমক এক কৰি বান্ধে)।