3.51 एवं प्रवर्तने तस्य न निमित्तसमुद्गमः ॥५१॥ evaṃ pravartane tasya na nimittasamudgamaḥ evam — এইদৰে ; pravartane — (সৃষ্টিৰ) প্ৰৱৰ্তনত ; tasya — তেওঁৰ ; na — নাই ; nimittasamudgamaḥ — (বাহ্য) নিমিত্তৰ উদ্গম এইদৰে তেওঁৰ (সৃষ্টিৰ) প্ৰৱৰ্তনত কোনো (বাহ্য) নিমিত্তৰ উদ্গম নাই।