हेमपिण्डे हेमतैव स्याच्चेन्न मुकुटादिके ॥४९॥
hemapiṇḍe hemataiva syāccenna mukuṭādike
যদি (কোৱা হয়) হেমত্ব কেৱল সোণৰ পিণ্ডতহে আছে, মুকুট আদিত নাই (— সেয়া অসংগত, কিয়নো গোটেইটো একেই সোণ)।