3.42 स्वेच्छातो भावरूपत्वे पराधीना कुतः स्थितिः ॥४२॥ svecchāto bhāvarūpatve parādhīnā kutaḥ sthitiḥ svecchātaḥ — নিজৰ ইচ্ছাৰে ; bhāvarūpatve — ভাৱ-ৰূপ ধাৰণ কৰিলে ; parādhīnā — পৰাধীন ; kutaḥ — ক’ৰ পৰা ; sthitiḥ — স্থিতি নিজৰ ইচ্ছাৰে ভাৱ-ৰূপ ধাৰণ কৰিলে পৰাধীন স্থিতি ক’ত (কেনেকৈ হ’ব)?