2.48 अथ साधारणं ज्ञानं तादृक्किंचन पश्यति ॥४८॥ atha sādhāraṇaṃ jñānaṃ tādṛkkiṃcana paśyati atha — এতিয়া (যদি) ; sādhāraṇam — সাধাৰণ, সামান্য ; jñānam — জ্ঞান ; tādṛk — তেনে এক ; kiṃcana — কোনো ; paśyati — সেয়া দেখে এতিয়া যদি (কোৱা হয়) — সেয়া তেনে কোনো এক সাধাৰণ (সামান্য) জ্ঞান দেখে —