नचानुमानमिष्टं तेऽप्यवस्थेत्यादिदूषणात् ॥३३॥
nacānumānamiṣṭaṃ te'pyavasthetyādidūṣaṇāt
আৰু তোমালোকে অনুমানো স্বীকাৰ নকৰা; 'সেয়া কেৱল এক অৱস্থা' — ইত্যাদি (তোমালোকৰ নিজৰ) দূষণৰ কাৰণে।