The Vision of Śiva· 1.29 / 49

The Vision of Śiva1.29

1.29
तदेवं प्रसृतो देवः कदाचिच्छक्तिमात्रके ॥२९॥
tadevaṃ prasṛto devaḥ kadācicchaktimātrake
— এতেকে ; — এনেদৰে ; — প্ৰসৃত, প্ৰসাৰিত হৈ ; — দেৱ, ভগৱান্‌ ; — কেতিয়াবা ; — কেৱল শক্তি-মাত্ৰ অৱস্থাত

এতেকে এনেদৰে প্ৰসৃত (প্ৰসাৰিত) সেই দেৱ কেতিয়াবা কেৱল শক্তি-মাত্ৰৰূপে —