कविं पुराणमनुशासितार मणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप मादित्यवर्णं तमसः परस्तात् ॥
८-९ ॥
kaviṃ purāṇamanuśāsitāra maṇoraṇīyāṃsamanusmaredyaḥ |
sarvasya dhātāramacintyarūpa mādityavarṇaṃ tamasaḥ parastāt ||
8-9 ||
যিয়ে কবি (দ্ৰষ্টা), পুৰাতন, অনুশাসক (শাসনকৰ্তা), অণুতকৈ অণু, সকলোৰে ধাতা (ধাৰক), অচিন্ত্যৰূপ, সূৰ্যৰ দৰে বৰ্ণ আৰু অন্ধকাৰৰ অতীত সেই (পুৰুষ)ক স্মৰণ কৰে —