अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥
८-५ ॥
antakāle ca māmeva smaranmuktvā kalevaram |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ||
8-5 ||
আৰু যিয়ে মৃত্যুকালত মোক স্মৰণ কৰি দেহ ত্যাগ কৰি প্ৰয়াণ কৰে, তেওঁ মোৰ ভাৱ প্ৰাপ্ত হয়; ইয়াত কোনো সন্দেহ নাই।