सहस्रयुगपर्यन्तमहर्ये ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥
८-१७ ॥
sahasrayugaparyantamaharye brahmaṇo viduḥ |
rātriṃ yugasahasrāntāṃ te'horātravido janāḥ ||
8-17 ||
যিসকলে ব্ৰহ্মাৰ দিন হাজাৰ যুগ পৰ্যন্ত আৰু ৰাতি হাজাৰ যুগত সমাপ্ত বুলি জানে, তেওঁলোকেই দিন-ৰাতিৰ জ্ঞাতা।