आब्रह्म भुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥
८-१६ ॥
ābrahma bhuvanāllokāḥ punarāvartino'rjuna |
māmupetya tu kaunteya punarjanma na vidyate ||
8-16 ||
হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সকলো লোক পুনৰাৱৰ্তী (ঘূৰি আহিবলগীয়া); কিন্তু হে কৌন্তেয়, মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নাই।