उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतः ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥
७-१८ ॥
udārāḥ sarva evaite jñānī tvātmaiva me mataḥ |
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ||
7-18 ||
এই সকলোৱেই উদাৰ, কিন্তু জ্ঞানীক মই মোৰ আত্মাস্বৰূপ বুলি মানোঁ; কাৰণ যুক্ত-আত্মা তেওঁ অনুত্তম গতিস্বৰূপ মোতেই স্থিত।