तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
७-१७ ॥
teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate |
priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ ||
7-17 ||
এওঁলোকৰ মাজত নিত্যযুক্ত, একভক্তি জ্ঞানী শ্ৰেষ্ঠ; কাৰণ জ্ঞানীৰ ওচৰত মই অতিশয় প্ৰিয়, আৰু তেওঁও মোৰ প্ৰিয়।