ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥
६-८ ॥
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ |
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||
6-8 ||
জ্ঞান-বিজ্ঞানত তৃপ্ত-আত্মা, কূটস্থ (অচল), জিতেন্দ্ৰিয়, যাৰ ওচৰত ঢেলা, শিল আৰু সোণ সমান — সেই যোগীক যুক্ত বুলি কোৱা হয়।