सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥
६-२२ ॥
sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam |
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||
6-22 ||
যাত বুদ্ধিগ্ৰাহ্য, অতীন্দ্ৰিয় সেই আত্যন্তিক সুখ জানে, আৰু যাত স্থিত হৈ তত্ত্বৰ পৰা কেতিয়াও বিচলিত নহয়;