भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥
५-२९ ॥
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||
5-29 ||
মোক যজ্ঞ আৰু তপস্যাৰ ভোক্তা, সকলো লোকৰ মহেশ্বৰ আৰু সকলো প্ৰাণীৰ সুহৃদ বুলি জানি মানুহে শান্তি লাভ কৰে।