अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥
६-१ ॥
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||
6-1 ||
যিয়ে কৰ্মফলত নিৰ্ভৰ নকৰি কৰিবলগীয়া কৰ্ম কৰে, তেওঁ সন্ন্যাসী আৰু যোগী দুয়োৱেই; অগ্নি (যজ্ঞাগ্নি) ত্যাগ কৰা জন নহয়, কৰ্ম ত্যাগ কৰা জনো নহয়।