अन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः ।
स पार्थ परमं योगं ब्रह्मभूतोऽधिगच्छति ॥
५-२४ ॥
antaḥsukho'ntarārāmastathā'ntarjyotireva yaḥ |
sa pārtha paramaṃ yogaṃ brahmabhūto'dhigacchati ||
5-24 ||
যাৰ ভিতৰত সুখ, ভিতৰত আৰাম আৰু ভিতৰতেই জ্যোতি, সেই যোগীয়ে, হে পাৰ্থ, ব্ৰহ্ম হৈ ব্ৰহ্মনিৰ্বাণ (ব্ৰহ্মত বিলয়) প্ৰাপ্ত হয়।