Bhagavad Gītā (Kashmirian recension)· 5.1 / 29

Bhagavad Gītā (Kashmirian recension)5.1

5.1
संन्यासं कर्मणां कृष्ण ! पुनर्योगं च शंससि । यच्छ्रेयानेतयोरेकस्तं मे ब्रूहि विनिश्चितम् ॥ ५-१ ॥
saṃnyāsaṃ karmaṇāṃ kṛṣṇa ! punaryogaṃ ca śaṃsasi | yacchreyānetayorekastaṃ me brūhi viniścitam || 5-1 ||
— কৰ্মৰ সন্ন্যাস, হে কৃষ্ণ ; — আকৌ যোগৰো প্ৰশংসা কৰা ; — এই দুটাৰ ভিতৰত কোনটো শ্ৰেয় ; — তাক মোক নিশ্চিত কৰি কোৱা

হে কৃষ্ণ, তুমি কৰ্মৰ সন্ন্যাসৰ প্ৰশংসা কৰা, আকৌ যোগৰো প্ৰশংসা কৰা; এই দুটাৰ ভিতৰত কোনটো শ্ৰেয়, তাক মোক নিশ্চিত কৰি কোৱা।