तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥
४-३४ ॥
tadviddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ||
4-34 ||
সেই (জ্ঞান) প্ৰণিপাত (নম্ৰ প্ৰণাম), পৰিপ্ৰশ্ন (জিজ্ঞাসা) আৰু সেৱাৰে জানা; তত্ত্বদৰ্শী জ্ঞানীসকলে তোমাক জ্ঞান উপদেশ দিব।