Bhagavad Gītā (Kashmirian recension)4.29
अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥
४-२९ ॥
apāne juhvati prāṇaṃ prāṇe'pānaṃ tathā'pare |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||
4-29 ||
— অপানত প্ৰাণ আহুতি দিয়ে ; — প্ৰাণত অপান, তেনেকৈ আন কোনোৱে ; — দুয়ো প্ৰাণৰ গতি ৰোধ কৰি ; — প্ৰাণায়ামত নিৰত কোনোৱে অপানত প্ৰাণ আহুতি দিয়ে, আৰু প্ৰাণত অপান; দুয়ো প্ৰাণৰ গতি ৰোধ কৰি প্ৰাণায়ামত নিৰত হয়।