Bhagavad Gītā (Kashmirian recension)4.25
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥
४-२५ ॥
daivamevāpare yajñaṃ yoginaḥ paryupāsate |
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||
4-25 ||
— কোনো যোগীয়ে দেৱতাৰ যজ্ঞ ; — উপাসনা কৰে ; — আন কোনোৱে ব্ৰহ্মৰূপ অগ্নিত যজ্ঞক ; — যজ্ঞৰ দ্বাৰাই আহুতি দিয়ে কোনো যোগীয়ে দেৱতাৰ উদ্দেশ্যে যজ্ঞ কৰে, আন কোনোৱে ব্ৰহ্মৰূপ অগ্নিত যজ্ঞৰ দ্বাৰাই যজ্ঞক আহুতি দিয়ে।