एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥
४-२ ॥
evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ |
sa kāleneha mahatā yogo naṣṭaḥ parantapa ||
4-2 ||
এইদৰে পৰম্পৰাক্ৰমে প্ৰাপ্ত এই যোগ ৰাজৰ্ষিসকলে জানিছিল; কিন্তু দীৰ্ঘ কালৰ ব্যৱধানত, হে পৰন্তপ, এই যোগ জগতত লুপ্ত হ’ল।