नास्ति बुद्धिरयुक्तस्य न चायुक्तम्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥
२-६८ ॥
nāsti buddhirayuktasya na cāyuktamya bhāvanā |
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||
2-68 ||
অযুক্ত (অসংযত) ব্যক্তিৰ বুদ্ধি নাই, আৰু অযুক্তৰ ভাৱনা (চিন্তন) নাই; ভাৱনাহীনৰ শান্তি নাই, আৰু অশান্তৰ সুখ ক'ত?