नेहातिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥
२-४१ ॥
nehātikramanāśo'sti pratyavāyo na vidyate |
svalpamapyasya dharmasya trāyate mahato bhayāt ||
2-41 ||
এই পথত আৰম্ভ কৰা চেষ্টাৰ নাশ নাই, প্ৰত্যবায় (বিপৰীত ফল)ও নাই; এই ধৰ্মৰ অলপো মহৎ ভয়ৰ পৰা ৰক্ষা কৰে।