वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥
२-२३ ॥
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi |
tathā śarīrāṇi vihāya jīrṇā- nyanyāni saṃyāti navāni dehī ||
2-23 ||
মানুহে যেনেকৈ পুৰণি বস্ত্ৰ ত্যাগ কৰি আন নতুন বস্ত্ৰ গ্ৰহণ কৰে, তেনেকৈ দেহীয়ে পুৰণি দেহ ত্যাগ কৰি আন নতুন দেহ প্ৰাপ্ত হয়।